ধ্যানযোগ - শ্লোকসমূহ শ্লোক ৪১
শ্লোক ৪১
প্ৰাপ্য পুণ্যকৃতাং লোকানুষিত্ৱা শাশ্বতীঃ সমাঃ |
শুচীনাং শ্ৰীমতাং গেহে যোগভ্ৰষ্টোঽভিজায়তে ||৬-৪১||
অনুবাদ
যোগভ্ৰষ্ট পুৰুষে পুণ্যৱানসকলৰ লোক লাভ কৰি তাত দীৰ্ঘকাল বাস কৰাৰ পিছত পবিত্ৰ আৰু শ্ৰীমান লোকৰ ঘৰত জন্ম গ্ৰহণ কৰে।