ধ্যানযোগ - Verse শ্লোক ৩৯
শ্লোক ৩৯
এতন্মে সংশয়ং কৃষ্ণ ছেত্তুমৰ্হস্যশেষতঃ |
ত্ৱদন্যঃ সংশয়স্যাস্য ছেত্তা ন হ্যুপপদ্যতে ||৬-৩৯||
Translation
হে কৃষ্ণ! মোৰ এই সংশয় সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ আপুনিহে সক্ষম; কাৰণ আপোনাৰ বাহিৰে আন কোনোৱেই এই সংশয় দূৰ কৰিব নোৱাৰে।