ধ্যানযোগ - Verse শ্লোক ২৯
শ্লোক ২৯
সৰ্বভূতস্থমাত্মানং সৰ্বভূতানি চাত্মনি |
ঈক্ষতে যোগযুক্তাত্মা সৰ্বত্ৰ সমদৰ্শনঃ ||৬-২৯||
Translation
যোগযুক্ত চিত্তৰ আৰু সৰ্বত্ৰ সমদৰ্শী যোগীয়ে নিজৰ আত্মাক সকলো প্ৰাণীৰ মাজত আৰু সকলো প্ৰাণীক নিজৰ আত্মাৰ মাজত দৰ্শন কৰে।