ধ্যানযোগ - Verse শ্লোক ৩০
শ্লোক ৩০
যো মাং পশ্যতি সৰ্বত্ৰ সৰ্বং চ ময়ি পশ্যতি |
তস্যাহং ন প্ৰণশ্যামি স চ মে ন প্ৰণশ্যতি ||৬-৩০||
Translation
যিজন পুৰুষে মোক সকলোতে দেখে আৰু সকলোকে মোৰ মাজত দেখে, তেওঁৰ বাবে মই কেতিয়াও অদৃশ্য নহওঁ আৰু তেৱোঁ মোৰ পৰা কেতিয়াও বিচ্ছিন্ন নহয়।