ধ্যানযোগ - Verse শ্লোক ২
শ্লোক ২
যং সন্ন্যাসমিতি প্ৰাহুৰ্যোগং তং বিদ্ধি পাণ্ডৱ |
ন হ্যসংন্যস্তসঙ্কল্পো যোগী ভৱতি কশ্চন ||৬-২||
Translation
হে পাণ্ডৱ! যাক শাস্ত্ৰজ্ঞসকলে সন্ন্যাস বুলি কয়, তাকেই তুমি যোগ বুলি জানিবা; কাৰণ সংকল্প ত্যাগ নকৰাকৈ কোনোৱেই যোগী হ’ব নোৱাৰে।