কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২১
কৰ্মসন্ন্যাসযোগ
শ্লোক ২১
বাহ্যস্পৰ্শেম্বসক্তাত্মা বিন্দত্যাত্মনি যৎসুখম্ |
স ব্ৰহ্মযোগযুক্তাত্মা সুখমক্ষয়মশ্নুতে ||৫-২১||
Translation
বাহ্যিক বিষয়ত আসক্তিহীন পুৰুষে আত্মাত যি সুখ লাভ কৰে, সেই ব্ৰহ্মযোগত যুক্ত পুৰুষে অক্ষয় সুখ ভোগ কৰে।