কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২০
শ্লোক ২০
ন প্ৰহৃষ্যেৎপ্ৰিয়ং প্ৰাপ্য নোদ্বিজেত্প্ৰাপ্য চাপ্রিয়ম্ |
স্থিৰবুদ্ধিৰসম্মূঢ়ো ব্ৰহ্মবিদ ব্ৰহ্মণি স্থিতঃ ||৫-২০||
Translation
যি স্থিৰবুদ্ধি, মোহমুক্ত ব্ৰহ্মজ্ঞানী পুৰুষ ব্ৰহ্মত অৱস্থিত, তেওঁ প্ৰিয় বস্তু লাভ কৰি আনন্দিত নহয় আৰু অপ্ৰিয় বস্তু লাভ কৰি বিচলিত নহয়।