জ্ঞানকৰ্মসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ১১
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ১১
য়ে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্ |
মম বৰ্ত্মানুবৰ্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ ||৪-১১||
অনুবাদ
যিয়ে মোক যিদৰে ভজে, মই তেওঁক সেইদৰেই অনুগ্ৰহ কৰোঁ; হে পাৰ্থ! সকলো মানুহে সকলো প্ৰকাৰে মোৰেই পথ অনুসৰণ কৰে।