কৰ্মযোগ - শ্লোকসমূহ শ্লোক ১৫
শ্লোক ১৫
কৰ্ম ব্ৰহ্মোদ্ভৱং বিদ্ধি ব্ৰহ্মাক্ষৰসমুদ্ভৱম্ |
তস্মাৎসৰ্বগতং ব্ৰহ্ম নিত্যং যজ্ঞে প্ৰতিষ্ঠিতম্ ||৩-১৫||
অনুবাদ
কৰ্মৰ উৎপত্তি বেদৰ পৰা আৰু বেদৰ উৎপত্তি পৰমাত্মাৰ পৰা। সেয়ে সৰ্বব্যাপী পৰমাত্মা সদায় যজ্ঞত প্ৰতিষ্ঠিত হৈ থাকে।