সাংখ্যযোগ - Verse শ্লোক ৬৮
সাংখ্যযোগ
শ্লোক ৬৮
তস্মাদ্ যস্য মহাবাহো নিগৃহীতানি সর্বশঃ |
ইন্দ্রিয়াণীন্দ্রিয়াৰ্থেভ্যস্তস্য প্রজ্ঞা প্রতিষ্ঠিতা ||২-৬৮||
শ্রীভগবানুবাচ
Translation
সেয়ে হে মহাবাহু! যাৰ ইন্দ্ৰিয়বোৰ বিষয়ৰ পৰা সম্পূৰ্ণৰূপে নিগৃহীত, তেওঁৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত।