সাংখ্যযোগ - Verse শ্লোক ৬৬
সাংখ্যযোগ
শ্লোক ৬৬
নাস্তি বুদ্ধিৰযুক্তস্য ন চা যুক্তস্য ভাৱনা |
ন চা ভাৱযতঃ শান্তিশ্চাশান্তস্য কুতঃ সুখম্ ||২-৬৬||
শ্রীভগবানুবাচ
Translation
সংযমৰহিত পুৰুষৰ বুদ্ধি নাই, তেওঁৰ ভাৱনাও নাই। ভাৱনা নহ’লে শান্তি নাই, আৰু অশান্ত পুৰুষৰ সুখ ক’ত?