সাংখ্যযোগ - Verse শ্লোক ৬৫
সাংখ্যযোগ
শ্লোক ৬৫
প্রসাদে সর্বদুঃখানাং হানিৰস্যোপজাযতে |
প্রসন্নচেতসো হ্যাশু বুদ্ধিঃ পর্যৱতিষ্ঠতে ||২-৬৫||
শ্রীভগবানুবাচ
Translation
প্ৰসন্নতা লাভ হ’লে সকলো দুখৰ অন্ত পৰে আৰু প্ৰসন্নচিত্ত পুৰুষৰ বুদ্ধি অতি সোনকালে স্থিৰ হয়।