সাংখ্যযোগ - Verse শ্লোক ৩৮
সাংখ্যযোগ
শ্লোক ৩৮
সুখদুঃখে সমে কৃৎৱা লাভালাভৌ জযাজযৌ |
ততো যুদ্ধায যুধ্যস্ব নৈবং পাপমৱাপ্স্যসি ||২-৩৮||
শ্রীভগবানুবাচ
Translation
সুখ-দুখ, লাভ-লোকচান আৰু জয়-পৰাজয়ক সমান বুলি ভাবি যুদ্ধৰ বাবে সাজু হোৱা। এনে কৰিলে তোমাৰ পাপ নহ’ব।