সাংখ্যযোগ - Verse শ্লোক ৩৭
শ্লোক ৩৭
হতো বা প্রাপ্স্যসি স্বর্গং জিত্বা বা ভোক্ষ্যসে মহীম্ |
তস্মাদুত্তিষ্ঠ কৌন্তেয যুদ্ধায কৃতনিশ্চযঃ ||২-৩৭||
Translation
যুদ্ধত মৰিলে স্বৰ্গ পাবা, জিকিলে পৃথিৱী ভোগ কৰিবা। সেয়ে হে কৌন্তেয়, যুদ্ধৰ বাবে নিশ্চিত হৈ থিয় হোৱা।