মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৬৮
শ্লোক ৬৮
য় ইদং পৰমং গুহ্যং মদ্ভক্তেম্বভিধাস্যতি |
ভক্তিং ময়ি পৰাং কৃত্বা মামেবৈষ্যত্যসংশয়ঃ ||১৮-৬৮||
Translation
যি পুৰুষে মোৰ প্ৰতি পৰম ভক্তি প্ৰদৰ্শন কৰি মোৰ ভক্তসকলৰ মাজত এই পৰম গোপনীয় জ্ঞান প্ৰচাৰ কৰিব, তেওঁ নিঃসন্দেহে মোক প্ৰাপ্ত হ’ব।