মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৬৬
মোক্ষসন্ন্যাসযোগ
শ্লোক ৬৬
সৰ্বধৰ্মান্পৰিত্যজ্য মামেকং শৰণং ব্ৰজ |
অহং ত্বা সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ||১৮-৬৬||
অনুবাদ
সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰ শৰণাপন্ন হোৱা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম, তুমি শোক নকৰিবা।