মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৬৪
মোক্ষসন্ন্যাসযোগ
শ্লোক ৬৪
সৰ্বগুহ্যতমং ভূয়ঃ শৃণু মে পৰমং বচঃ |
ইষ্টোহসি মে দৃঢ়মিতি ততো বক্ষ্যামি তে হিতম্ ||১৮-৬৪||
অনুবাদ
পুনৰ মোৰ পৰম গোপনীয় বচন শুনা। তুমি মোৰ অতি প্ৰিয়, সেয়ে তোমাৰ হিতৰ বাবে মই এই কথা ক’ম।