মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৬৩
মোক্ষসন্ন্যাসযোগ
শ্লোক ৬৩
ইতি তে জ্ঞানমাখ্যাতং গুহ্যাদ্গুহ্যতৰং ময়া |
বিমৃশ্যৈতদশেষেণ যথেচ্ছসি তথা কুৰু ||১৮-৬৩||
Translation
এইদৰে মই তোমাক অতি গোপনীয় জ্ঞান প্ৰদান কৰিলোঁ; এই বিষয়ে ভালদৰে বিচাৰ কৰি তোমাৰ যেনেকৈ ইচ্ছা, তেনেকৈ কৰা।