মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ২৮
মোক্ষসন্ন্যাসযোগ
শ্লোক ২৮
অযুক্তঃ প্ৰাকৃতঃ স্তব্ধঃ শঠো নৈষ্কৃতিকেহলসঃ |
বিষাদী দীৰ্ঘসূত্ৰী চ কৰ্তা তামস উচ্যতে ||১৮-২৮||
অনুবাদ
অযুক্ত, প্ৰাকৃত, স্তব্ধ, শঠ, নৈষ্কৃতি, এলেহুৱা, বিষাদী আৰু দীৰ্ঘসূত্ৰী কৰ্তাক তামসিক বুলি কোৱা হয়।