মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ১৭
শ্লোক ১৭
যস্য নাহংকৃতে ভাবো বুদ্ধিয়স্য ন লিপ্যতে |
হত্বাপি স ইমাঁল্লোকান্ন হন্তি ন নিবধ্যতে ||১৮-১৭||
Translation
যি পুৰুষৰ অহংকাৰৰ ভাব নাই আৰু যাৰ বুদ্ধি কোনো বিষয়ত লিপ্ত নহয়, সেই পুৰুষে এই সকলো লোকক বধ কৰিও প্ৰকৃততে বধ নকৰে আৰু পাপত লিপ্ত নহয়।