মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ১৬
শ্লোক ১৬
তত্রৈবং সতি কৰ্তাৰমাত্মানং কেবলং তু যঃ |
পশ্যত্যকৃতবুদ্ধিত্বান্ন স পশ্যতি দুৰ্মতিঃ ||১৮-১৬||
Translation
এনে অৱস্থাত যি পুৰুষে অবিবেচক হোৱাৰ বাবে কেৱল শুদ্ধ আত্মাক কৰ্তা বুলি ভাবে, সেই দুৰ্মতি পুৰুষে প্ৰকৃত সত্য দেখা নাপায়।