পুৰুষোত্তমযোগ - Verse শ্লোক ১৪
শ্লোক ১৪
অহং বৈশ্বানৰো ভূত্বা প্ৰাণিনাং দেহমাশ্ৰিতঃ |
প্ৰাণাপানসমাযুক্তঃ পচাম্যন্নং চতুৰ্বিধম্ ||১৫-১৪||
Translation
মই সকলো প্ৰাণীৰ দেহত বৈশ্বানৰ অগ্নীৰূপ হৈ প্ৰাণ আৰু অপান বায়ুৰ সৈতে মিলিত হৈ চাৰিও প্ৰকাৰৰ অন্নক পৰিপাক কৰোঁ।