পুৰুষোত্তমযোগ - Verse শ্লোক ১৩
শ্লোক ১৩
গামাবিশ্য চ ভূতানি ধাৰয়াম্যহমোজসা |
পুষ্পামি চৌষধীঃ সৰ্বাঃ সোমো ভূত্বা ৰসাত্মকঃ ||১৫-১৩||
Translation
মই পৃথিৱীত প্ৰৱেশ কৰি নিজৰ ওজেৰে সকলো প্ৰাণীক ধাৰণ কৰিছোঁ আৰু ৰসাত্মক চন্দ্ৰ হৈ সকলো বনস্পতি বা ঔষধীক পুষ্টি প্ৰদান কৰিছোঁ।