গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ৩
শ্লোক ৩
মম যোনিৰ্মহদ্ ব্ৰহ্ম তস্মিন্গৰ্ভং দধাম্যহম্ |
সম্ভবঃ সৰ্বভূতানাং ততো ভৱতি ভাৰত ||১৪-৩||
Translation
হে ভাৰত! মোৰ মহৎ ব্ৰহ্মৰূপ প্ৰকৃতিয়েই হৈছে সকলো ভূতৰ যোনি বা উৎস, য’ত মই গৰ্ভ স্থাপন কৰোঁ। তাৰ পৰাই সকলো জীৱৰ সৃষ্টি হয়।