ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ১৯
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ১৯
ইতি ক্ষেত্ৰং তথা জ্ঞানং জ্ঞেয়ং চোক্তং সমাসতঃ |
মদ্ভক্ত এতদ্বিজ্ঞায় মদ্ভাৱায়োপপদ্যতে ||১৩-১৯||
Translation
এইদৰে ক্ষেত্ৰ, জ্ঞান আৰু জ্ঞেয় চমুকৈ কোৱা হ’ল। মোৰ ভক্তই ইয়াক জানি মোৰ স্বৰূপ লাভ কৰে।