ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
প্ৰকৃতিং পুৰুষং চৈব ক্ষেত্ৰং ক্ষেত্ৰজ্ঞমেব চ |
এতদ্বেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ং চ কেশব ||১৩-১||
Translation
অৰ্জুনে ক’লে -- হে কেশৱ! মই প্ৰকৃতি আৰু পুৰুষ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ তথা জ্ঞান আৰু জ্ঞেয়ক জানিবলৈ ইচ্ছা কৰোঁ।