ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ২
শ্লোক ২
শ্ৰীভগৱানুবাচ |
ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে |
এতদ্যো বেত্তি তং প্ৰাহুঃ ক্ষেত্ৰজ্ঞ ইতি তদ্বিদঃ ||১৩-২||
Translation
শ্ৰীভগৱানে ক’লে -- হে কৌন্তেয়! এই শৰীৰক ক্ষেত্ৰ বুলি কোৱা হয় আৰু যিয়ে ইয়াক জানে, তেওঁক তত্ত্বজ্ঞসকলে ক্ষেত্ৰজ্ঞ বুলি কয়।