বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৫৩
বিশ্বরূপদৰ্শনযোগ
শ্লোক ৫৩
নাহং বেদৈৰ্ন তপসা ন দানেন ন চেজ্যয়া |
শক্য এৱংবিধো দ্ৰষ্টুং দৃষ্টৱানসি মাং যথা ||১১-৫৩||
Translation
বেদ, তপস্যা, দান বা যজ্ঞৰ দ্বাৰা মোক তেনেকৈ দেখা পোৱা নাযায়, যেনেকৈ তুমি মোক দেখিছা।