বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৩৮
শ্লোক ৩৮
ত্বমাদিদেৱঃ পুৰুষঃ পুৰাণস্ত-
ত্বমস্য বিশ্বস্য পৰং নিধানম্ |
বেত্তাসি বেদ্যং চ পৰং চ ধাম
ত্বয়া ততং বিশ্বমনন্তৰূপ ||১১-৩৮||
Translation
আপুনি আদিদেৱ, পুৰাণ পুৰুষ, এই বিশ্বৰ পৰম আশ্ৰয়। আপুনি জ্ঞাতা, জ্ঞেয় আৰু পৰম ধাম। হে অনন্তৰূপ! আপোনাৰ দ্বাৰাই এই বিশ্ব ব্যাপ্ত।