বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ১৪
শ্লোক ১৪
ততঃ স বিস্ময়াৱিষ্টো হৃষ্টৰোমা ধনঞ্জয়ঃ |
প্ৰণম্য শিৰসা দেৱং কৃতাঞ্জলিৰভাষত ||১১-১৪||
Translation
তাৰ পিছত বিস্ময়ত অভিভূত হৈ, ৰোমাঞ্চিত হৈ ধনঞ্জয় অৰ্জুনে সেই বিশ্বৰূপ দেৱক শিৰ নত কৰি প্ৰণাম জনালে আৰু হাতযোৰ কৰি ক’বলৈ ধৰিলে।