বিশ্বরূপদৰ্শনযোগ - শ্লোকসমূহ শ্লোক ১৩
বিশ্বরূপদৰ্শনযোগ
শ্লোক ১৩
তত্ৰৈকস্থং জগৎকৃৎস্নং প্ৰবিভক্তমলেকধা |
অপশ্যদ্দেৱদেৱস্য শৰীৰে পাণ্ডৱস্তদা ||১১-১৩||
অনুবাদ
পাণ্ডুপুত্ৰ অৰ্জুনে সেই সময়ত দেৱতাৰ দেৱ শ্ৰীকৃষ্ণৰ শৰীৰত বহুধা বিভক্ত সমগ্ৰ জগতক এক স্থানত অৱস্থিত দেখিলে।