বিশ্বরূপদৰ্শনযোগ - শ্লোকসমূহ শ্লোক ১২
বিশ্বরূপদৰ্শনযোগ
শ্লোক ১২
দিবি সূৰ্যসহস্ৰস্য ভৱেদ্যুগপদুত্তিষ্ঠা |
যদি ভাঃ সদৃশী সা স্যাদ্ভাসস্তস্য মহাত্মনঃ ||১১-১২||
অনুবাদ
আকাশত যদি হাজাৰ সূৰ্য একেলগে উদয় হয়, তেন্তে যি পোহৰ হ’ব, সেই পোহৰ সেই মহাত্মাৰ প্ৰভাৰ সৈতে কিঞ্চিৎ সদৃশ হ’ব পাৰে।