বিভূতিযোগ - Verse শ্লোক ৩০
শ্লোক ৩০
প্ৰহ্লাদশ্চাস্মি দৈত্যানাং কালঃ কলয়তামহম্ |
মৃগাণাং চ মৃগেন্দ্ৰোহহং ৱৈনতেয়শ্চ পক্ষিণাম্ ||১০-৩০||
Translation
।।১০.৩০।। মই দৈত্যসকলৰ মাজত প্ৰহ্লাদ আৰু গণনা কৰাসকলৰ মাজত কাল; মই পশুসমূহৰ মাজত সিংহ আৰু পক্ষীসমূহৰ মাজত গৰুড়।।