ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ৬
ৰাজবিদ্যা ৰাজগুহ্যযোগ
শ্লোক ৬
যথাকাশস্থিতো নিত্যং বায়ুঃ সৰ্বত্ৰগো মহান্ |
তথা সৰ্ৱাণি ভূতানি মৎস্থানীত্যুপধাৰয় ||৯-৬||
Translation
যিদৰে সৰ্বত্ৰ বিয়পি থকা মহান বায়ু সদায় আকাশত অৱস্থিত, সেইদৰে সকলো প্ৰাণী মোৰ মাজত অৱস্থিত বুলি তুমি জানিবা।