ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ২১
শ্লোক ২১
তে তং ভুক্ত্বা স্বৰ্গলোকং ৱিশালং
ক্ষীণে পুণ্যে মৰ্ত্যলোকং ৱিশন্তি |
এৱং ত্ৰয়ীধৰ্মমনুপ্ৰপন্না
গতাগতং কামকামা লভন্তে ||৯-২১||
Translation
সেই বিশাল স্বৰ্গলোক ভোগ কৰাৰ পিছত পুণ্য শেষ হ’লে তেওঁলোক পুনৰ মৰ্ত্যলোকলৈ আহে। এইদৰে কামনাসক্তসকলে কেৱল অহা-যোৱা কৰিয়েই থাকে।