অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ২০
অক্ষৰব্ৰহ্মযোগ
শ্লোক ২০
পরস্তস্মাত্তু ভাবোऽন্যোऽব্যক্তোऽব্যক্তাৎসনাতনঃ |
যঃ স সর্বেষু ভূতেষু নশ্যৎসু ন বিনশ্যতি ||৮-২০||
শ্ৰীভগৱানুবাচ
Translation
কিন্তু সেই অব্যক্তৰো অতীত আন এক সনাতন অব্যক্ত ভাৱ আছে, যি সকলো ভূত ধ্বংস হ’লেও ধ্বংস নহয়।