অক্ষৰব্ৰহ্মযোগ - শ্লোকসমূহ শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
কিং তদ্ ব্ৰহ্ম কিমধ্যাত্মং কিং কৰ্ম পুৰুষোত্তম |
অধিভূতং চ কিং প্ৰোক্তমধিদৈবং কিমুচ্যতে ||৮-১||
অনুবাদ
অৰ্জুনে সুধিলে - হে পুৰুষোত্তম! সেই ব্ৰহ্ম কি? অধ্যাত্ম কি? কৰ্ম কি? আৰু অধিভূত বুলি কাক কোৱা হৈছে? লগতে অধিদৈৱ বুলি কাক কোৱা হয়?