জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ২৪
জ্ঞানবিজ্ঞানযোগ
শ্লোক ২৪
অব্যক্তং ব্যক্তিমাপন্নং মন্যন্তে মামবুদ্ধয়ঃ |
পৰং ভাৱমজানন্তো মমাৱ্যয়মনুত্তমম্ ||৭-২৪||
Translation
বুদ্ধিহীনসকলে মোৰ পৰম অৱ্যয় আৰু অনুত্তম স্বৰূপক নাজানি মোক অব্যক্তৰ পৰা ব্যক্ত হোৱা বুলি ভাবে।