জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ১৯
জ্ঞানবিজ্ঞানযোগ
শ্লোক ১৯
বহূনাং জন্মনামন্তে জ্ঞানৱান্মাং প্ৰপদ্যতে |
বাসুদেৱঃ সৰ্বমিতি স মহাত্মা সুদুৰ্লভঃ ||৭-১৯||
Translation
বহু জন্মৰ অন্তত জ্ঞানীজনে 'সকলো বাসুদেৱ' বুলি মোক প্ৰাপ্ত হয়। এনে মহাত্মা অতি দুৰ্লভ।