ধ্যানযোগ - শ্লোকসমূহ শ্লোক ৯
ধ্যানযোগ
শ্লোক ৯
সুহৃন্মিত্ৰাৰ্যুদাসীনমধ্যস্থদ্বেষ্যবন্ধুযু |
সাধুস্বপি চ পাপেষু সমবুদ্ধিৰ্বিশিষ্যতে ||৬-৯||
অনুবাদ
যিজন পুৰুষ সুহৃদ, মিত্ৰ, শত্ৰু, উদাসীন, মধ্যস্থ, দ্বেষী, বন্ধু, সাধু আৰু পাপীৰ প্ৰতি সমান ভাৱ ৰাখে, তেওঁৱেই শ্ৰেষ্ঠ।