ধ্যানযোগ - Verse শ্লোক ৪৬
শ্লোক ৪৬
তপস্বিভ্যোঽধিকে যোগী জ্ঞানিন্ভ্যোঽপি মতোঽধিকঃ |
কৰ্মিভ্যশ্চাধিকো যোগী তস্মাদ্ যোগী ভৱাৰ্জুন ||৬-৪৬||
Translation
যোগী তপস্বীসকলতকৈ শ্ৰেষ্ঠ, জ্ঞানীসকলতকৈও শ্ৰেষ্ঠ আৰু কৰ্মীসকলতকৈও শ্ৰেষ্ঠ; সেয়ে হে অৰ্জুন! তুমি যোগী হোৱা।