কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১০
শ্লোক ১০
ব্ৰহ্মণ্যাধায় কৰ্মাণি সঙ্গং ত্যক্ত্বা কৰোতি যঃ |
লিপ্যতে ন স পাপেন পদ্মপত্ৰমিবাম্ভসা ||৫-১০||
Translation
যি পুৰুষে সকলো কৰ্ম ব্ৰহ্মত অৰ্পণ কৰি আৰু আসক্তি ত্যাগ কৰি কৰ্ম কৰে, তেওঁ পানীৰ ওপৰত থকা পদুম পাতৰ দৰে পাপত লিপ্ত নহয়।