কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৪
শ্লোক ৪
সাঙ্খ্যযোগৌ পৃথগ্বালাঃ প্ৰবদন্তি ন পণ্ডিতাঃ |
একমপ্যাস্থিতঃ সম্যগুভয়োৰ্বিন্দতে ফলম্ ||৫-৪||
Translation
অজ্ঞানীসকলেহে সাঙ্খ্য (জ্ঞানযোগ) আৰু কৰ্মযোগক পৃথক বুলি কয়, পণ্ডিতসকলে নহয়। যিকোনো এটাত সম্যকভাৱে অৱস্থিত হ’লেও পুৰুষে দুয়োটাৰে ফল লাভ কৰে।