জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৭
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ৭
যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত |
অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্ ||৪-৭||
Translation
হে ভাৰত! যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়া তেতিয়া মই নিজক প্ৰকাশ কৰোঁ।