জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৩৭
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ৩৭
যথৈধাংসি সমিদ্ধোঽগ্নিৰ্ভস্মসাৎকুৰুতেঽৰ্জুন |
জ্ঞানাগ্নিঃ সৰ্ৱকৰ্মাণি ভস্মসাৎকুৰুতে তথা ||৪-৩৭||
Translation
যিদৰে প্ৰজ্বলিত অগ্নিয়ে ইন্ধনক ভস্ম কৰে, হে অৰ্জুন! সেইদৰে জ্ঞানৰূপ অগ্নিয়ে সকলো কৰ্মক ভস্ম কৰে।