জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৩৩
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ৩৩
শ্ৰেয়ান্দ্ৰব্যময়াদ্যজ্ঞাজ্জ্ঞানযজ্ঞঃ পৰন্তপ |
সৰ্ৱং কৰ্মখিলং পাৰ্থ জ্ঞানে পৰিসমাপ্যতে ||৪-৩৩||
Translation
হে পৰন্তপ! দ্ৰব্যময় যজ্ঞতকৈ জ্ঞানযজ্ঞ শ্ৰেষ্ঠ। হে পাৰ্থ! সকলো কৰ্ম জ্ঞানত পৰিসমাপ্ত হয়।