কৰ্মযোগ - শ্লোকসমূহ শ্লোক ৪১
কৰ্মযোগ
শ্লোক ৪১
তস্মাত্ত্বমিন্দ্ৰিয়াণ্যাদৌ নিয়ম্য ভৰতৰ্ষভ |
পাপ্মানং প্ৰজহি হ্যেনং জ্ঞানবিজ্ঞাননাশনম্ ||৩-৪১||
অনুবাদ
সেয়ে হে ভৰতশ্ৰেষ্ঠ, তুমি প্ৰথমে ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰি জ্ঞান আৰু বিজ্ঞানৰ নাশক এই পাপী কামক ধ্বংস কৰা।