কৰ্মযোগ - শ্লোকসমূহ শ্লোক ১৭
কৰ্মযোগ
শ্লোক ১৭
যস্ত্বাত্মৰতিৰেৱ স্যাদাত্মতৃপ্তশ্চ মানৱঃ |
আত্মন্যেৱ চ সন্তুষ্টস্তস্য কাৰ্যং ন বিদ্যতে ||৩-১৭||
অনুবাদ
কিন্তু যি মানুহ আত্মাতেই ৰমণ কৰে, আত্মাতেই তৃপ্ত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ বাবে কোনো কৰ্তব্য অৱশিষ্ট নাথাকে।