সাংখ্যযোগ - Verse শ্লোক ৭২
শ্লোক ৭২
এষা ব্রাহ্মী স্থিতিঃ পাৰ্থ নৈনাং প্রাপ্য বিমুহ্যতি |
স্থিত্বাস্যামন্তকালেঽপি ব্রহ্মনির্বাণমৃচ্ছতি ||২-৭২||
Translation
হে পাৰ্থ! এয়াই ব্ৰাহ্মী স্থিতি। ইয়াক লাভ কৰি পুৰুষ মোহিত নহয়। অন্তিম কালতো এই স্থিতিত থাকিলে ব্ৰহ্মনিৰ্বাণ লাভ হয়।