সাংখ্যযোগ - Verse শ্লোক ৫৮
শ্লোক ৫৮
যদা সংহৰতে চাযং কূর্মোঽঙ্গানীৱ সর্বশঃ |
ইন্দ্রিযাণীন্দ্রিয়াৰ্থেভ্যস্তস্য প্রজ্ঞা প্রতিষ্ঠিতা ||২-৫৮||
Translation
যিদৰে কচ্ছপে নিজৰ অংগবোৰ সামৰি লয়, সেইদৰে যি পুৰুষে ইন্দ্ৰিয়ক বিষয়ৰ পৰা আঁতৰাই লয়, তেওঁৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত।